প্লীহা বৃদ্ধি বা Enlarge Spleen

ইয়াৰ কাৰণ :--

     প্লীহা বা spleen  বীৰ্দ্ধিৰ মূল কাৰণ হল, মেলেৰিয়া, কলা জ্বৰ, back water fever, leukaemia, liver chirosis, splenic anaemia, tropical splenomegaly ইত্যাদি।

ইয়াৰ লক্ষণ :--
      বৰ্ধিত প্লীহা ২/১০ আঙুল পৰ্যন্ত পোৱা যায়। ইয়াৰ লগতে পেটৰ অস্বাভাৱিকতা, কুষ্ঠকাঠিন্য, অধিক দুৰ্বলতা আদি ভাব থাকে। প্লীহা ক্ৰমে ডাঙৰ হৈ পেটৰ সোঁ ফালে ব্যাপ্ত হৈ পৰে। ইয়াৰ ফলত পেটৰ ভিতৰত সোঁফালে কিবা এটা ওলমি থকা যেন অনুভৱ হব পাৰে।
         এই ৰোগ বেছি হলে, তেজ গ্ৰহণী, দাঁতৰ গুৰি ফুলা, বা ৰক্তপাত, পেট উখহা আদি হব পাৰে। কেতিয়াবা ইয়াৰ ফলত ৰোগীৰ মৃত্যু পৰ্যন্ত হোৱা দেখা পোৱা যায়।

চিকিৎসা বা Treatment

অতি সোনকালে পৰাপক্ষত এজন দক্ষ চিকিৎসকৰ পৰামৰ্শ অত্যন্ত আৱশ্যক।

আনুকসংগিক ব্যৱস্থা :--

১.  কেঁচা কুমলীয়া অমিতাৰ ৰস ৫ টোপাল মান পানীত মিহলাই পুৱাই খালী পেটত খুৱালে ভাল ফল পোৱা যায়।

২.  পুৰণি চাউলৰ ভাত, কেঁচা অমিতাৰ আঞ্জা ৰোগীৰ বাবে উপকাৰী। অধিক মছলা ঘি/ তেল আদি বৰ্জনীয়।

         -------------##----------------

   

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms