Prescription বা চিকিৎসকে প্ৰদান কৰা বিধানত ব্যৱহাৰ হোৱা কেইটামান code বা সাঙ্কেতিক শব্দৰ অৰ্থ

যেনে -

Rx.    মানে হল -চিকিৎসা বিধান বা নিৰ্দেশ।
Q.      মানে হল- প্ৰত্যেক টো।
QD    মানে হল - প্ৰতিদিনে বা দিনে এবাৰকৈ।
QOD  মানে হল - এদিন এৰি এদিন।
QH.    মানে হল - ঘন্টাত এবাৰ বা ঘন্টাই প্ৰতি।
S.       মানে হল - কোনো বস্তুৰ অবিহনে।
C.       মানে হল - কোনো বস্তুৰ লগত।
SOS.  মানে হল - আৱশ্যক অনুযায়ী।
AC.     মানে হল - ভোজনৰ আগতে।
PC.     মানে হল - ভোজনৰ পিছত।
BID.    মানে হল - দিনে দুবাৰকৈ।
TID.    মানে হল - দিনে তিনিবাৰকৈ।
QID.   মানে হল - দিনে চাৰিবাৰকৈ।
OD.    মানে হল - প্ৰতি দিনে এবাৰকৈ।
BT.     মানে হল - ৰাতি শোৱাৰ সময়ত।
BBF.  মানে হল - পুৱাৰ জলপানৰ আগতে।
BD.    মানে হল - ৰাতি আহাৰৰ আগতে।
TW.   মানে হল - সপ্তাহত দুবাৰকৈ।
QAM.মানে হল - প্রতিটো পুৱাতে বা ৰাতিপুৱাই।
QPM.মানে হল - প্ৰত্যেক ৰাতি।
Q4H. মানে হল - প্ৰতি চাৰি ঘণ্টাৰ মূৰে মূৰে।
HS.    মানে হল - শোৱাৰ সময়ত।
PRN. আৱশ্যকতা পৰিলেহে।
         
         সাধাৰণতে চিকিৎসক সকল প্ৰায়ে ব্যস্ত থাকিব লগা হয়। সেয়েহে সামান্য কিছুমান কথা বা খুটি নাতি,  হয়তো ৰোগীক বা ৰোগীৰ আত্মীয়ক হয়তো বুজায় দিবলৈ সময় নহব পাৰে। তেনে ক্ষেত্ৰত ওপৰোক্ত কথা কেইটাই হয়তো আপোনাৰ সহায়ক হব পাৰে।
          আপোনালোকৰ বহুমূলীয়া মন্তব্য comment box ত পাম বুলি আশা কৰিলোঁ।

Please visit:-.    www.hengdang.blogspot.com
      

Comments

  1. অতি সুন্দৰ প্ৰয়াস ।ৰোগী আৰু ৰোগীৰ অভিভাৱক সকলোৱে উপকৃত হোৱাকৈ সহজ সৰল ভাষাত লিখা এখন মূল্যবান হাত পুথি । ডাক্তৰ অভিজিত গগৈ দেৱক অশেষ ধন্যবাদ ।

    ReplyDelete

Post a Comment

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms