Ascites উদৰি বা পেট ফুলা/ উখহা

ইয়াৰ কাৰণ :-- আগতে যি peritonitis ৰ কথা উল্লেখ কৰা হৈছে সেই কাৰণেও পেটৰ ভিতৰত পানী জমা হৈ উদৰি/ পেট ফুলা বা ascitis হব পাৰে। ইয়াৰোপৰি পেটৰ মাজৰ বিভিন্ন যন্ত্ৰ আদি যেনে Liver, kidney, অন্ত্ৰসমূহ, পেনক্ৰ...
(Diseases Protection Awareness)