Posts

Hoarseness বা মাত ভগা

ইয়াৰ কাৰণ :--        ঠাণ্ডা লগা, পানীলগা, স্বৰ যন্ত্ৰত বীজাণুৰ সংক্ৰমণ হলে স্বৰ ভংগ বা মাত ভাগে। ইয়াৰোপৰি হিষ্টিৰীয়া, বৰকৈ চিঞৰা, অত্যাধিক গান গোৱা বা বক্তৃতা দিয়া ডিঙিত আঘা...

মূৰ বিষ বা Headache

ইয়াৰ কাৰণ :--       মূৰৰ বিষ যদিওবা এটি সাধাৰণ ৰোগ বা ক্ষণিক যন্ত্ৰণা বুলি বুলি ভবা হয়, প্ৰকৃততে কিন্তু তেনে নহয়। প্ৰকৃতাৰ্থত কবলৈ গলে মূৰৰ বিষ বা headache বুলি নিৰ্দিষ্ট তেনে কোনো ...

স্নায়ু দুর্বল্য বা Neurasthenia

Image
স্নায়ুজনিত দুৰ্বলতাৰ পৰা এই ৰোগৰ আৰম্ভণি হয়। ইনো কিয় বা কেনেকৈ হয় জানোচোন আহক।        অতি বেছি শাৰিৰীক বা মানসিক শ্ৰম কৰিলে, আমাৰ শৰীৰৰ ওপৰত অনাচাৰ হলে, অত্যাধিক মদ্যপান ...

পক্ষাঘাত বা পেৰেলাইছিদ paralysis

Image
ইয়াৰ কাৰণ :--          আমাৰ শৰীৰৰ কোনো অংগ বা অংশ যেতিয়া অনুভূতিহীন হয় বা হাৰহুৰ নাইকিয়া হয় বা গতিহীন হৈ পৰে তাকে পক্ষাঘাত বা paralysis বুলি গণ্য কৰা হয়।           বেছি ৰক্তচাপ, মস্তি...

বহুমূত্ৰ ৰোগ বা Diabetes

Image
বৰ্তমান আমাৰ মাজত বা আমাৰ সমাজত অতি common বা সাধাৰণ হৈ পৰা এই ৰোগত গাঁওৰ পৰা চহৰলৈকে, ধনীৰ পৰা দুখীয়াৰ লৈকে, সকলো লোকেই আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ প্ৰসাৰতা বা অ...

Prescription বা চিকিৎসকে প্ৰদান কৰা বিধানত ব্যৱহাৰ হোৱা কেইটামান code বা সাঙ্কেতিক শব্দৰ অৰ্থ

যেনে - Rx.    মানে হল -চিকিৎসা বিধান বা নিৰ্দেশ। Q.      মানে হল- প্ৰত্যেক টো। QD    মানে হল - প্ৰতিদিনে বা দিনে এবাৰকৈ। QOD  মানে হল - এদিন এৰি এদিন। QH.    মানে হল - ঘন্টাত এবাৰ বা ঘন্টাই প্...

জলাতংক বা Hydrophobia বা Rabies

Image
ইয়াৰ কাৰণ :--         বলিয়া কুকুৰ বা শিয়ালে কামুৰিলে অথবা ঘাঁ বা ক্ষত স্থানত চেলেকিলে এই ৰোগ হয়। অন্য হাতে মেকুৰীয়ে, বান্দৰে কামুৰিলে বা আঁচুৰিলে, এন্দুৰ, নিগনি, ডালহলীয়া, চি...